ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ১২ গৰাকী লোক…

ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ১২ গৰাকী লোক…
  • নেপালত সংঘটিত এক ভয়ংকৰ পথ দু্‌ঘটনাত কমেও ১২ জন লোক নিহত হোৱাৰ লগতে আহত হৈছে কেবাজনো লোক।
  • দেওবাৰে পুৱাই সিন্ধুপালচ'কত ৪০ গৰাকী যাত্ৰী কঢ়িয়াই দিয়া এখন বাছ দুৰ্ঘটনাত পতিত হয়।
  • Ba 4 Kha 4468 নম্বৰৰ বাছখন কালিনচ'কৰ পৰা ভক্তপুৰলৈ গৈ আছিল।
  • সেই সময়তে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৫০০ মিটাৰ তলত পৰেগৈ বাছখন।
  • বাছখনে তীৰ্থযাত্ৰী কঢ়িয়াই নিছিল।
  • বৰ্তমানেও অব্যাহত উদ্ধাৰ অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in