শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

নেলীৰ পথ দুৰ্ঘটনাত নিহত বকো আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া…

6,082
  • মৰিগাঁও নেলীত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • দলঙৰ ৰেলিঙত খুন্দা তীব্ৰবেগী ইনভা বাহনৰ।
  • দুৰ্ঘটনাত নিহত বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰত্নেশ্বৰ দাস।
  • নগাঁৱৰ পৰা আহি আছিল ইনভাখন।
  • দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এ এছ ০১ এ ৱাই ৬৩১২

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি