নেলীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩ বাইক আৰোগী…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • নেলীত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা৷
  • ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন বাইকৰ মাজত মুখামুখী সংঘৰ্ষ ৷
  • এই দুৰ্ঘটনাত থিতাতে নিহত তিনিজন বাইক আৰোহী ৷
  • নিহত কেইজনৰ নাম ক্ৰমে- নাৰায়ণ বৰদলৈ, মঃ হাচিম আৰু হেমন্ত ৷
  • জানিব পৰা মতে, নিহত হাচিমৰ ঘৰ বিহাৰত ৷
  • নিহত আন দুজন স্থানীয় যুৱক ৷
  • এএছ০১ইএইচ৯৩৪২ নম্বৰৰ বাইকখনৰ সৈতে নম্বৰবিহিন পালছাৰ বাইক এখনৰ সংঘৰ্ষ ৷
  • সংকটজনক অৱস্থাত আহত অতুল দেউৰীক জিএমচিএইচলৈ প্ৰেৰণ ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in