প্ৰতীকি ফটো
প্ৰতীকি ফটো

NEET-PGৰ পৰীক্ষাতো কোৰোনাৰ প্ৰভাৱ…

ডিজিটেল ডেস্কঃ NEET-PG ২০২১ৰ পৰীক্ষা পিচুওৱাই দিয়া হৈছে। এক জাননীযোগে এয়া কৰা হৈছে ঘোষণা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্ধনে কয় যে, পৰীক্ষা অনুষ্ঠিত কৰাৰ নতুন তাৰিখৰ সন্দৰ্ভত পাছত সিদ্ধান্ত লোৱা হ'ব।

উল্লেখ্য যে, ১৮ এপ্ৰিলত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু কোভিডৰ সংক্ৰমণ দেশত যি হাৰত বৃদ্ধি পাবলৈ ধৰিছে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে, ১৪ এপ্ৰিল, ২০২১ত এনবিইয়ে জাৰি কৰিছিল পৰীক্ষাৰ্থী সকলৰ এডমিট কাৰ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in