শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

NEET-PGৰ পৰীক্ষাতো কোৰোনাৰ প্ৰভাৱ…

270

ডিজিটেল ডেস্কঃ NEET-PG ২০২১ৰ পৰীক্ষা পিচুওৱাই দিয়া হৈছে। এক জাননীযোগে এয়া কৰা হৈছে ঘোষণা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্ধনে কয় যে, পৰীক্ষা অনুষ্ঠিত কৰাৰ নতুন তাৰিখৰ সন্দৰ্ভত পাছত সিদ্ধান্ত লোৱা হ’ব।

উল্লেখ্য যে, ১৮ এপ্ৰিলত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু কোভিডৰ সংক্ৰমণ দেশত যি হাৰত বৃদ্ধি পাবলৈ ধৰিছে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে, ১৪ এপ্ৰিল, ২০২১ত এনবিইয়ে জাৰি কৰিছিল পৰীক্ষাৰ্থী সকলৰ এডমিট কাৰ্ড।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি