শেহতীয়া খবৰ
মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি অভিনেতা সঞ্জয় দত্ত...  •  ৰাজ্যত পুনৰ ২২১৮ জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৫৭,৭১৪জনলৈ বৃদ্ধি...  •  দৰঙত কোভিডত আক্ৰান্তৰ সংখ্যা ১৭৩০ জনলৈ বৃদ্ধি..  •  ৰাজ্যৰ আৰু এগৰাকী বিধায়ক আক্ৰান্ত কোৰোনাত...  •  সুশান্ত সিঙে কাম অভাৱত আত্মহত্যা কৰা নাছিল! মৃত্যুৰ আগদিনাও পাইছিল দুখন চিনেমাৰ অফাৰ...  •  কোভিড-১৯ঃ ৰাজ্যত পুনৰ ১৭৮২জন লোক হৈছে সুস্থ...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ৮জনৰ মৃত্যু...  •  ৫ শ্ৰেষ্ঠ ৰম্যপূৰীৰ অন্যতম পানীমূৰ-উমৰাংছুত শগুণ পৰাদি পৰিছে চূণশিল-কয়লা-বালি-শিলৰ লুন্ঠনকাৰী নেতা...  •  বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু শিলচৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ কৃত্বিত্বৰ বঁটা...  •  দেশৰ প্ৰতিটো প্ৰান্তত পাব হাইস্পিড ইন্টাৰনেট, বিএছএনএলৰ ‘BookMyFiber’ পৰ্টেল মুকলি...

কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰণালয়ৰ সিদ্ধান্তঃ ছেপ্তেম্বৰতহে অনুষ্ঠিত জে ই ই লগতে NEET পৰীক্ষা…VIDEO

269
  • জে ই ই মেইনচৰ লগতে ২০২০বৰ্ষৰ NEET পৰীক্ষাৰ তাৰিখ সলনি কৰা হৈছে।
  • কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰী ৰমেশ পোখিয়ালে কৰিলে এই ঘোষণা।
  • সলনি কৰা তাৰিখ অনুসৰি, ২০২০বৰ্ষৰ জে ই উ মেইনচৰ পৰীক্ষা অনুষ্ঠিত হ’ব ১-৬ছেপ্তেম্বৰৰ ভিতৰত।
  • জে ই ই এডভান্সৰ পৰীক্ষা ২৭ছেপ্তেম্বৰত অনুষ্ঠিত হোৱাৰ লগতে NEETৰ পৰীক্ষা ছেপ্তেম্বৰৰ ১৩তাৰিখে অনুষ্ঠিত কৰা হ’ব।
  • উল্লেখ্য যে, এই সকলোখিনি পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা আছিল জুলাই মাহতে।
  • কিন্তু কোৰোনা কেন্দ্ৰিক পৰিস্থিতিক লৈ শিক্ষাৰ্থীৰ সুৰক্ষাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি