কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰণালয়ৰ সিদ্ধান্তঃ ছেপ্তেম্বৰতহে অনুষ্ঠিত জে ই ই লগতে NEET পৰীক্ষা…VIDEO

কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰণালয়ৰ সিদ্ধান্তঃ ছেপ্তেম্বৰতহে অনুষ্ঠিত জে ই ই লগতে NEET পৰীক্ষা…VIDEO
  • জে ই ই মেইনচৰ লগতে ২০২০বৰ্ষৰ NEET পৰীক্ষাৰ তাৰিখ সলনি কৰা হৈছে।
  • কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰী ৰমেশ পোখিয়ালে কৰিলে এই ঘোষণা।
  • সলনি কৰা তাৰিখ অনুসৰি, ২০২০বৰ্ষৰ জে ই উ মেইনচৰ পৰীক্ষা অনুষ্ঠিত হ'ব ১-৬ছেপ্তেম্বৰৰ ভিতৰত।
  • জে ই ই এডভান্সৰ পৰীক্ষা ২৭ছেপ্তেম্বৰত অনুষ্ঠিত হোৱাৰ লগতে NEETৰ পৰীক্ষা ছেপ্তেম্বৰৰ ১৩তাৰিখে অনুষ্ঠিত কৰা হ'ব।
  • উল্লেখ্য যে, এই সকলোখিনি পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা আছিল জুলাই মাহতে।
  • কিন্তু কোৰোনা কেন্দ্ৰিক পৰিস্থিতিক লৈ শিক্ষাৰ্থীৰ সুৰক্ষাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in