নীল আকাশৰ সংগীতানুষ্ঠানত মঞ্চলৈ ইটা নিক্ষেপ দুৰ্বৃত্তৰ

নীল আকাশৰ সংগীতানুষ্ঠানত মঞ্চলৈ ইটা নিক্ষেপ দুৰ্বৃত্তৰ
  • কামৰূপৰ পুঠিমাৰী বাৰোৱাৰী পূজাস্থলীত নিশা উত্তপ্ত পৰিস্থিতি।
  • মহানৱমীৰ দিনা সাংস্কৃতিক সন্ধিয়াত অংশ লৈছিল কণ্ঠশিল্পী নীল আকাশে।
  • গীত পৰিবেশন কৰি থকা সময়তে মঞ্চলৈ দুৰ্বৃত্তই নিক্ষেপ কৰিছিল ইটা।
  • এই আক্ৰমণত আহত হয় নীল আকাশৰ মেনেজাৰ প্ৰীতম ভৰালী।
  • বাদ্যযন্ত্ৰৰ কাষতে বহি আছিল ভৰালী।
  • পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তাৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in