শেহতীয়া খবৰ
ৰাজ্যৰ ৪ সমষ্টিত ৫৪ প্ৰাৰ্থীৰ মাজত অন্তিম নিৰ্বাচনী যুঁজ...  •  জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখেত গৈ থকা অৱস্থাত ট্ৰাকত অগ্নিকাণ্ড...  •  কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোডীৰ গুণ গালে যুৱকে, চাওঁক VIDEO  •  কৰিমগঞ্জৰ ৪টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ...  •  দক্ষিণ দিল্লীত আপৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল...  •  ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল ফিলিপিন্স...  •  মাৰ্ঘেৰিটাত মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি, VIDEO  •  বেংকৰ টকা লুটি কোনোবা যদি পলাব খোজে, তেন্তে ধৰি বান্ধি ঘূৰাই অনা হ’বঃ প্ৰধানমন্ত্ৰী মোডী  •  জম্মু-কাশ্মীৰত বাহনসহ ২ দুৰ্বৃত্তক আটক  •  আজিলৈকে মই চুলিৰ চকীদাৰহে আছিলো, এতিয়াৰে পৰা দেশৰ চকীদাৰঃ যাৱেদ হাবিব

শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব উত্তৰ-পূৱ গ্ৰন্থমেলা

199
  • শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব উত্তৰ-পূৱ গ্ৰন্থমেলা।
  • ৯ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব এই গ্ৰন্থমেলা।
  • ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰো গ্ৰন্থ বিপনীয়ে অংশ ল’ব এই গ্ৰন্থমেলাত।
  • গ্ৰন্থমেলাৰ বাবে সাজু চানমাৰিৰ আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰ।
  • কাইলৈ ৩ বজাত মুকলি কৰা হ’ব গ্ৰন্থমেলাৰ দ্বাৰ।
  • বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিয়ে মুকলি কৰিব ২০সংখ্যক উত্তৰ-পূৱ গ্ৰন্থমেলা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি