শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব উত্তৰ-পূৱ গ্ৰন্থমেলা

শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব উত্তৰ-পূৱ গ্ৰন্থমেলা
  • শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব উত্তৰ-পূৱ গ্ৰন্থমেলা।
  • ৯ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব এই গ্ৰন্থমেলা।
  • ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰো গ্ৰন্থ বিপনীয়ে অংশ ল'ব এই গ্ৰন্থমেলাত।
  • গ্ৰন্থমেলাৰ বাবে সাজু চানমাৰিৰ আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰ।
  • কাইলৈ ৩ বজাত মুকলি কৰা হ'ব গ্ৰন্থমেলাৰ দ্বাৰ।
  • বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিয়ে মুকলি কৰিব ২০সংখ্যক উত্তৰ-পূৱ গ্ৰন্থমেলা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in