বাংলাদেশক ক্লীন শ্বিপঃ শৃংখলা দখল টীম ইণ্ডিয়াৰ…

বাংলাদেশক ক্লীন শ্বিপঃ শৃংখলা দখল টীম ইণ্ডিয়াৰ…
  • বাংলাদেশৰ বিৰুদ্ধে টেষ্ট মেচ শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতৰ জয়।
  • ৪৬ ৰাণত জয়ী টীম ইণ্ডিয়া।
  • কলকতাৰ ইডেন গাৰ্ডেনত অনুস্থিত হৈছে ভাৰত-বাংলাদেশৰ টেষ্ট শৃংখলা।
  • প্ৰথমখন মেচতো টীম ইণ্ডিয়াৰ বিৰুদ্ধে পৰাজয়বৰণ কৰিছিল বাংলাদেশে।
  • ২-০ অগ্ৰগতিৰে শৃংখলা দখল কৰিলে ভাৰতে।
  • এই জয়ৰ পাছতে টেষ্ট শৃংখলাত ভাৰতে ক্লীন শ্বিপৰ হেট্ৰিক সম্পন্ন কৰিলে।
  • ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিছক ২-০ আৰু দক্ষিণ আফ্ৰিকাক ৩-০ ত পৰাভূত কৰিছে ভাৰতে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in