শেহতীয়া খবৰ
আৰক্ষী-নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত, জম্মু-কাশ্মীৰৰ আৱন্তিপোৰাত জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীৰ আত্মগোপন...  •  কেনেকৈ ক্ৰয় কৰিব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ টিকট, মূল্য শুনিলেই আচৰিত হ'ব আপুনি...  •  কেনেকৈ ক্ৰয় কৰিব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ টিকট, মূল্য শুনিলেই আচৰিত হ'ব আপুনি...  •  আছুৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি থানাত ক্ষমা প্ৰাৰ্থনা বিজেপি বিধায়ক বিনোদ হাজৰিকাৰ ভাতৃৰ... VIDEO  •  পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ  •  পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ  •  পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ  •  খেলো ইণ্ডিয়াত অসমৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িওৱা ভাস্কৰ গগৈক আমগুৰিত উস্ম আদৰণি, VIDEO  •  ৫ মাহৰ পাছত কাশ্মীৰত মুকলি 2G ইন্টাৰনেট সেৱা, কিন্তু ব্যৱহাৰ কৰিব পাৰিব কেৱল...  •  নিশা আৰক্ষীৰে সংঘৰ্ষত নিহত সুৰা মাফিয়া বেজু মহতো...

বাংলাদেশক ক্লীন শ্বিপঃ শৃংখলা দখল টীম ইণ্ডিয়াৰ…

707
  • বাংলাদেশৰ বিৰুদ্ধে টেষ্ট মেচ শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতৰ জয়।
  • ৪৬ ৰাণত জয়ী টীম ইণ্ডিয়া।
  • কলকতাৰ ইডেন গাৰ্ডেনত অনুস্থিত হৈছে ভাৰত-বাংলাদেশৰ টেষ্ট শৃংখলা।
  • প্ৰথমখন মেচতো টীম ইণ্ডিয়াৰ বিৰুদ্ধে পৰাজয়বৰণ কৰিছিল বাংলাদেশে।
  • ২-০ অগ্ৰগতিৰে শৃংখলা দখল কৰিলে ভাৰতে।
  • এই জয়ৰ পাছতে টেষ্ট শৃংখলাত ভাৰতে ক্লীন শ্বিপৰ হেট্ৰিক সম্পন্ন কৰিলে।
  • ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিছক ২-০ আৰু দক্ষিণ আফ্ৰিকাক ৩-০ ত পৰাভূত কৰিছে ভাৰতে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি