শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

নদীৰ কোবাল সোতে উটুৱাই নিয়া মহিলাক উদ্ধাৰ এন ডি আৰ এফৰ… চাওঁক VIDEO

226

ডিজিটেল ডেস্কঃ গাজীপুৰৰ অন্তৰ্গত ছিৰোনী গাঁৱৰ গোমতী নদীত কথমপি প্ৰাণৰক্ষা পৰে এগৰাকী মহিলাৰ। নদীখনত মহিলাগৰাকীয়ে পুৱা ভাগত জঁপিয়াই দিয়াৰ পাছত পানীত ডুবিলৈ লওঁতেই এন ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰে মহিলাগৰাকীক।  ১৫জনীয়া এন ডি আৰ এফৰ এটা দলে উদ্ধাৰ কৰে মহিলাগৰাকীক।

নদীখনৰ কোবাল সোতে মহিলাগৰাকীক দূৰলৈ উটুৱাই নিয়াৰ সময়তে এন ডি আৰ এফ বাহিনীৰ দলটোৱেও নদীত জঁপিয়াই দিয়ে আৰু মহিলাগৰাকীৰ প্ৰাণৰক্ষা পৰে। চাওঁক ভিডিঅ’-

জানিব পৰা মতে, মহিলাগৰাকীৰ ললিতা দেৱী। ললিতা দেৱী বাৰণসীৰ ৰজৱাৰীৰ নিবাসী অৰবিন্দ কুমাৰৰ পত্নী। অৱশ্যে বৰ্তমানলৈ জানিব পৰা হোৱা নাই যে, মহিলাগৰাকীয়ে কিয় নদীত জঁপিয়াইছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি