কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান… VIDEO

কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান… VIDEO
  • কেৰালাত বানৰ তাণ্ডৱ অব্যাহত।
  • ৰাজ্যখনৰ মেপ্পাডীত বানত আৱদ্ধ হৈ পৰে স্থানীয় লোক।
  • বানত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰে এনডিআৰএফ বাহিনীয়ে।
  • এখন দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰে আৱদ্ধ লোকসকলক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in