সৌভাগ্য ! বাঢ়নী পানীয়ে উটুৱাই নিয়া মাছমৰীয়াক উদ্ধাৰ এন ডি আৰ এফ বাহিনীৰ…

সৌভাগ্য ! বাঢ়নী পানীয়ে উটুৱাই নিয়া মাছমৰীয়াক উদ্ধাৰ এন ডি আৰ এফ বাহিনীৰ…
  • বাইহাটা চাৰিআলিত অঘটন।
  • বানত মাছ মাৰিব যাওতেই উটি গ'ল মাছমৰীয়া।
  • বাঢ়নী পানীত বহু দূৰ উটি যায় লোকজন।
  • অৱশ্যে সৌভাগ্যৱান লোকজনক উদ্ধাৰ কৰে এন ডি আৰ এফ বাহিনীয়ে।
  • বানত ডুবিব ধৰাৰ সময়তে লোকজনক উদ্ধাৰ কৰে এন ডি আৰ এফে।
  • বাইহাটা চাৰিআলিৰ পশ্চিম ইছলামপুৰত সংঘটিত হৈছে এই ঘটনা।
  • বানত উটি যোৱা এই লোকজনৰ নাম ফিৰোজ আলী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in