শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

সৌভাগ্য ! বাঢ়নী পানীয়ে উটুৱাই নিয়া মাছমৰীয়াক উদ্ধাৰ এন ডি আৰ এফ বাহিনীৰ…

  • বাইহাটা চাৰিআলিত অঘটন।
  • বানত মাছ মাৰিব যাওতেই উটি গ’ল মাছমৰীয়া।
  • বাঢ়নী পানীত বহু দূৰ উটি যায় লোকজন।
  • অৱশ্যে সৌভাগ্যৱান লোকজনক উদ্ধাৰ কৰে এন ডি আৰ এফ বাহিনীয়ে।
  • বানত ডুবিব ধৰাৰ সময়তে লোকজনক উদ্ধাৰ কৰে এন ডি আৰ এফে।
  • বাইহাটা চাৰিআলিৰ পশ্চিম ইছলামপুৰত সংঘটিত হৈছে এই ঘটনা।
  • বানত উটি যোৱা এই লোকজনৰ নাম ফিৰোজ আলী।

ক্লিক কৰি পঢ়কঃ অগ্রিম আৱাসত অঘটন : সপ্তম মহলাৰ পৰা পৰিল শ্ৰমিক…