শেহতীয়া খবৰ
ঐতিহাসিক জিমখানাত অনুষ্ঠিত নহয় গভৰ্নচ কাপ, দুখ প্ৰকাশ ঘোঁৰাৰ গৰাকীৰ, VIDEO  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  হায়দৰাবাদত বাসগৃহৰ দেৱাল খহি প্ৰাণ গ’ল ৩ শিশুৰ  •  সোনাজুৰিৰ লাংখাঙত গাড়ীসহ চোৰাং কাঠ জব্দ  •  সম্পন্ন হ'ল ইণ্ডো-নগা ৰাজনৈতিক আলোচনা, গ্ৰহণ কৰা হয় ৩ আগষ্টত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত...  •  টীয়কক মহকুমা ঘোষণাৰ দাবীৰে আছু-যুৱ ছাত্ৰ পৰিষদৰ মুখ্যমন্ত্ৰী, মুখ্য সচিবলৈ স্মাৰকপত্ৰ  •  ৰহাত অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভাৰ আয়োজন  •  আই বি বিষয়া অংকিত শৰ্মাৰ হত্যাৰ গোচৰত তাহিৰ হুছেইনক আপৰ পৰা বহিষ্কাৰ...  •  আৰণ্যক আৰু বি আৰ এম আইন মহাবিদ্যালয়ৰ উদ্যোগত জৈৱ বৈচিত্ৰৰ গুৰুত্ব আৰু আইনজীৱীৰ কৰ্তব্যৰ বিষয়ত আলোচনা

লাডাখত চীন-ভাৰতীয় সেনা বাহিনীৰ সংঘৰ্ষ…

11,642

ডিজিটেল ডেস্কঃ পাকিস্তানে প্ৰায়ে যুদ্ধবিৰতি উলংঘা কৰাৰ মাজতে বুধবাৰে ভাৰত আৰু চীনৰ সৈনিক পূব লাডাখত সংঘৰ্ষ সৃষ্টি। সূত্ৰ অনুসৰি, ভাৰতীয় আৰু চীনৰ সেনা বাহিনীৰ মজাত বহু সময় ধৰি সংঘৰ্ষ অব্যাহত থাকে। পেংগং হ্ৰদৰ উত্তৰ দিশত সৃষ্টি হয় সংঘটিত এই সংঘৰ্ষৰ।

ভাৰতীয় সেনাই তহল দিয়া সময়তে মুখামুখি হয় চীনৰ পিপলছ লিব্ৰেশ্যন আৰ্মিৰ সৈনিকৰ সৈতে। তাৰপাছত চীনৰ সেনা বাহিনীয়ে সেই স্থানত ভাৰতীয় সেনা বাহিনীৰ উপস্থিতিৰ বিৰোধিতা কৰে। ফলত দুয়ো দেশৰ সেনা বাহিনীৰ মাজত সংঘৰ্ষ সৃষ্টি হয়।

তাৰপাছত সেই স্থানত দুয়োখন দেশৰ সেনা বাহিনীৰ সংখ্যা বৃদ্ধি কৰা হয়। উল্লেখ্য যে, ২০১৭ত ছিকিম-ভূটান-তিব্বত সীমান্তৰ ডকলামতো দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল এনেধৰণৰ পৰিস্থিতি। আৰু ভাৰতীয় সেনা বাহিনীয়ে জনাইছিল যে, দুয়ো দেশৰ সেনা বাহিনীৰ মাজত আলোচনাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণ হৈছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি