এনডিএফবি (এছ)ৰ দুৰ্ধৰ্ষ নেতাৰ আত্মসমৰ্পন…

এনডিএফবি (এছ)ৰ দুৰ্ধৰ্ষ নেতাৰ আত্মসমৰ্পন…
  • এন ডি এফ বি (এছ)ৰ দুৰ্ধৰ্ষ নেতা এন ই ইশ্বাৰাৰ আত্মসমৰ্পন।
  • এন ডি এফ বি (এছ)ৰ বৈদেশিক সচিব আছিল ইশ্বাৰা।
  • এজন দেহৰক্ষী সহ আত্মসমৰ্পন কৰিছে তেওঁ।
  • পূৰ্বতে সংগঠনটোৰ প্ৰচাৰ সচিবৰ দায়িত্বতো আছিল ইশ্বাৰা।
  • ম্যানমাৰত চলা অভিযানৰ পাছতেই এন ডি এফ বি (এছ)ৰ নেতাজনে আত্মসমৰ্পন কৰে।
  • এন ডি এফ বি (এছ)ৰ বাবে এয়া মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in