শেহতীয়া খবৰ
কালিলৈকে পদপথত গান গোৱা ৰাণু মণ্ডল হ’ল বলিউডৰ গায়িকা...  •  এশ গৰু মাৰিলে বাঘৰো মৰণ! বটদ্ৰৱাত আটক হ'ল দুই ছাগলী চোৰ  •  তামুলপুৰৰ নাগ্ৰীজুলিত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ...  •  বাহুবলী ট্ৰেফিক পুলিচ! কোকৰাঝাৰত ঘোচা মাৰি ভাঙিলে মহিলাৰ মুখ, VIDEO  •  শুদ্ধ এন আৰ চিৰ বাবে প্ৰতীক হাজেলাৰ বিৰুদ্ধে লোকজাগৰণ মঞ্চৰ প্ৰতিবাদ  •  অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ জিঞ্জিৰামত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ  •  গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  টীম ইণ্ডিয়াৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে ৩জনকৈ প্ৰশিক্ষকৰ নাম মনোনীত...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...

এনডিএফবি (এছ)ৰ দুৰ্ধৰ্ষ নেতাৰ আত্মসমৰ্পন…

144
  • এন ডি এফ বি (এছ)ৰ দুৰ্ধৰ্ষ নেতা এন ই ইশ্বাৰাৰ আত্মসমৰ্পন।
  • এন ডি এফ বি (এছ)ৰ বৈদেশিক সচিব আছিল ইশ্বাৰা।
  • এজন দেহৰক্ষী সহ আত্মসমৰ্পন কৰিছে তেওঁ।
  • পূৰ্বতে সংগঠনটোৰ প্ৰচাৰ সচিবৰ দায়িত্বতো আছিল ইশ্বাৰা।
  • ম্যানমাৰত চলা অভিযানৰ পাছতেই এন ডি এফ বি (এছ)ৰ নেতাজনে আত্মসমৰ্পন কৰে।
  • এন ডি এফ বি (এছ)ৰ বাবে এয়া মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি