অৰুণাচলৰ জয়ৰামপুৰত এনডিএফবি(এছ)ৰ ৯ সদস্যক আটক

অৰুণাচলৰ জয়ৰামপুৰত এনডিএফবি(এছ)ৰ ৯ সদস্যক আটক
  • অৰুণাচলৰ জয়ৰামপুৰত ৯জন এন ডি এফ বি (এছ) সদস্যক আটক কৰে সেনা আৰু আৰক্ষীয়ে।
  • ম্যানমাৰৰ সীমান্তৰ পৰা এই এন ডি এফ বি(এছ) সদস্যকেইজনে ভাৰতত প্ৰৱেশ কৰিবলৈ লওঁতেই আটক কৰা হয়।
  •  ম্যানমাৰত থকা প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ সমাপ্ত কৰি ঘূৰি আহিছিল ধৃত এন ডি এফ বি(এছ) সদস্য কেইগৰাকী।
  • অসম ৰাইফলছৰ এক উচ্চস্তৰীয় সূত্ৰই সদৰি কৰা মতে, তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে।
  • আৰক্ষী আৰু সেনাই আটাইকেইজনকে জেৰা অব্যাহত ৰাখিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in