শেহতীয়া খবৰ
গুৱাহাটীত চিটী বাছৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা, বাছত নাথাকিব হেণ্ডিমেন...  •  শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক অসম চৰকাৰে প্ৰদান কৰিলে ২০ লাখ টকাৰ সাহায্য...  •  অসম সাহিত্য সভাৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন, মুখ্যমন্ত্ৰীৰ কাৰ্যত হতাশ অসম সাহিত্য সভা...  •  অসম সাহিত্য সভাৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন, মুখ্যমন্ত্ৰীৰ কাৰ্যত হতাশ অসম সাহিত্য সভা...  •  গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...

অৰুণাচলৰ জয়ৰামপুৰত এনডিএফবি(এছ)ৰ ৯ সদস্যক আটক

354
  • অৰুণাচলৰ জয়ৰামপুৰত ৯জন এন ডি এফ বি (এছ) সদস্যক আটক কৰে সেনা আৰু আৰক্ষীয়ে।
  • ম্যানমাৰৰ সীমান্তৰ পৰা এই এন ডি এফ বি(এছ) সদস্যকেইজনে ভাৰতত প্ৰৱেশ কৰিবলৈ লওঁতেই আটক কৰা হয়।

  •  ম্যানমাৰত থকা প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ সমাপ্ত কৰি ঘূৰি আহিছিল ধৃত এন ডি এফ বি(এছ) সদস্য কেইগৰাকী।
  • অসম ৰাইফলছৰ এক উচ্চস্তৰীয় সূত্ৰই সদৰি কৰা মতে, তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে।
  • আৰক্ষী আৰু সেনাই আটাইকেইজনকে জেৰা অব্যাহত ৰাখিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি