দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন

দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন
  • দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন।
  • নৈশ ভোজনত উপস্থিত বিজেপিৰ লগতে অন্যান্য সহযোগী দলৰ শীৰ্ষ নেতা।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহো উপস্থিত আছে নৈশ ভোজনত।
  • মিত্ৰদলৰ নেতৃত্বই সম্ভাষণ জনায় প্ৰধানমন্ত্ৰী মোডীক।
  • লোকসভা নিৰ্বাচন, ২০১৯ৰ এগজিট প'লৰ ফলাফল প্ৰকাশৰ পাছতে এনডিএত আনন্দৰ জোৱাৰ।
  • বিভিন্ন সংস্থাৰ এগজিট প'লৰ ফলাফলত প্ৰকাশ পাইছে পুনৰ এবাৰ এনডিএ চৰকাৰ গঠনৰ সম্ভাৱনা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in