শেহতীয়া খবৰ
বাংলাদেশৰ শতাব্দী সমাৰোহলৈ বিশেষ অতিথিৰূপে নিমন্ত্ৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  দিল্লীৰ হিংসাত্মক কাৰ্যৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছৰ প্ৰাক্তন মহিলা কৰ্প’ৰেটৰক…  •  গুৰুতৰভাৱে অসুস্থ অখিল গগৈক কাৰাগাৰৰ পৰা প্ৰেৰণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ...  •  উন্নাও বলাৎকাৰ কাণ্ডৰ নিৰ্যাতিতাৰ পিতৃৰ হত্যা গোচৰ, শনিবাৰে আদালতে প্ৰদান কৰিব ৰায়...  •  কেনে আছে জুবিন? নেমকেয়াৰলৈ গৈ খবৰ ল’লে মুখ্যমন্ত্ৰীয়ে...  •  অশান্ত দিল্লীৰ ভিডিঅ’ হোৱাটছএপত কাৰোবালৈ প্ৰেৰণ কৰিছিল নেকি? ব্যৱস্থা ল’ব আৰক্ষীয়ে...  •  কৰ্কট ৰোগত আক্ৰান্ত শিশুসকলক লৈ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ব্যতিক্ৰমী প্ৰচেষ্টা...  •  পাকিস্তানী সেনাক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ আখ্যা দি কোনে আঁৰিলে পোষ্টাৰ…  •  ‘জুবিন গাৰ্গ মৰিলেও ভাল’ বুলি কৈ ৰোষত পৰিল নীৰৱ হাজৰিকা, মাতৃয়ে বিচাৰিলে ক্ষমা  •  শনিবাৰে স্বাক্ষৰিত হ’ব আমেৰিকা-তালিবানৰ মাজৰ শান্তি চুক্তি, ভাৰত হ’ব সাক্ষী

মহাৰাষ্ট্ৰৰ এন চি পি সাংসদৰ বিজেপিত যোগদান…

117
  • মহাৰাষ্ট্ৰৰ চাতাৰা লোকসভা সমষ্টিৰ এন চি পি সাংসদৰ বিজেপিত যোগদান।
  • শনিবাৰে দিল্লীত আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়ে সাংসদ উদয়ানৰাজে ভোছলেয়ে।
  • কিছুদিন পূৰ্জে সাংসদগৰাকীয়ে পদত্যাগ কৰিছিল এন চি পিৰ সদস্য পদৰ পৰা।
  • উদয়ানৰাজে ভোছলে মহাৰাষ্ট্ৰৰ বীৰ শিৱাজী মহাৰাজৰ বংশধৰ।
  • শনিবাৰে বিজেপিৰ অধ্যক্ষ অমিত শ্বাহ আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নবিছৰ উপস্থিতিত তেওঁ যোগ দিয়ে বিজেপিত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি