মহাৰাষ্ট্ৰৰ এন চি পি সাংসদৰ বিজেপিত যোগদান…

মহাৰাষ্ট্ৰৰ এন চি পি সাংসদৰ বিজেপিত যোগদান…
  • মহাৰাষ্ট্ৰৰ চাতাৰা লোকসভা সমষ্টিৰ এন চি পি সাংসদৰ বিজেপিত যোগদান।
  • শনিবাৰে দিল্লীত আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়ে সাংসদ উদয়ানৰাজে ভোছলেয়ে।
  • কিছুদিন পূৰ্জে সাংসদগৰাকীয়ে পদত্যাগ কৰিছিল এন চি পিৰ সদস্য পদৰ পৰা।
  • উদয়ানৰাজে ভোছলে মহাৰাষ্ট্ৰৰ বীৰ শিৱাজী মহাৰাজৰ বংশধৰ।
  • শনিবাৰে বিজেপিৰ অধ্যক্ষ অমিত শ্বাহ আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নবিছৰ উপস্থিতিত তেওঁ যোগ দিয়ে বিজেপিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in