শেহতীয়া খবৰ
লখিমপুৰৰ বগীনদীত কেবৰ বিৰুদ্ধে ৭ সংগঠনৰ প্ৰতিবাদ-পথ অৱৰোধৰ লগতে প্ৰতিকৃতি দাহ  •  ডিব্ৰুগড়ত 'No Cab' আতংক! বিধায়কৰ ঘৰ, এজিপি-বিজেপিকে ধৰি সকলো ৰাজনৈতিক দলৰে কাৰ্যালয়ত আছুৰ কেব বিৰোধী অভিযান, VIDEO  •  কৰ্ণাটকত অস্ত্ৰ আৰু ৫খন বাহনসহ ৪ দুৰ্বৃত্তক গ্ৰেপ্তাৰ...  •  কেবৰ বিৰুদ্ধে কটনিয়ানৰ প্ৰতিবাদঃ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰে বিশেষ আলাপ...  •  কোকৰাঝাৰত নেচনেল ইনিচিয়েটিভ ফৰ স্কুল হেড এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট চমুকৈ নিষ্ঠাৰ প্ৰশিক্ষণ সমাপ্ত, শিক্ষা হ'ল জীৱনৰ লাইখূঁটাঃ জে পি ব্ৰহ্ম  •  ১০০ শতাংশ অপৰাধ দূৰ কৰাতো ভগৱান ৰামৰ বাবেও হয়তো সম্ভৱ নহয়ঃ মন্ত্ৰী ৰণবেন্দ্ৰ প্ৰতাপ সিং... VIDEO  •  প্ৰসংগঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, চেঙাত আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী, VIDEO  •  শিক্ষা বিভাগৰ আজৱ কাণ্ড! অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিলালে বাংলা ভাষাৰ পুথি, VIDEO  •  ২২ ডিচেম্বৰত মহানগৰীত 'আছাম কিডছ ছুপাৰ টেলেণ্ট' প্ৰতিযোগিতা, প্ৰদান কৰা হ'ব 'চিলড্ৰেন ছুপাৰ টেলেণ্ট এৱাৰ্ড, ২০১৯’  •  তামিলনাডুৰ নদীত জাৱৰ পেলালে টাউন পঞ্চায়ত কৰ্মীয়ে... VIDEO

দিল্লীত কংগ্ৰেছ-এনচিপিৰ গুৰুত্বপূৰ্ণ বৈঠক…

552
  • বুধবাৰে বৈঠকত মিলিত হ’ব কংগ্ৰেছ-এনচিপিৰ সমন্বয়ক সমিতি।
  • দিল্লীত অনুষ্ঠিত হ’ব দুই দলৰ মাজৰ এই বৈঠকত।
  • বৈঠকত অংশ ল’ব দুই দলৰ কেইবাগৰাকীও শীৰ্ষ নেতাই।
  • ইফালে কংগ্ৰেছ-এনচিপিৰ বৈঠকৰ পিছতে এনচিপিৰ অধ্যক্ষ শৰদ পাৱাৰক সাক্ষাৎ কৰি শিৱসেনাৰ সঞ্জয় ৰাউটে।
  • মহাৰাষ্ট্ৰৰ ৰাজনৈতিক মিত্ৰতা সন্দৰ্ভত হ’ব আলোচনা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি