দিল্লীত কংগ্ৰেছ-এনচিপিৰ গুৰুত্বপূৰ্ণ বৈঠক…

দিল্লীত কংগ্ৰেছ-এনচিপিৰ গুৰুত্বপূৰ্ণ বৈঠক…
  • বুধবাৰে বৈঠকত মিলিত হ'ব কংগ্ৰেছ-এনচিপিৰ সমন্বয়ক সমিতি।
  • দিল্লীত অনুষ্ঠিত হ'ব দুই দলৰ মাজৰ এই বৈঠকত।
  • বৈঠকত অংশ ল'ব দুই দলৰ কেইবাগৰাকীও শীৰ্ষ নেতাই।
  • ইফালে কংগ্ৰেছ-এনচিপিৰ বৈঠকৰ পিছতে এনচিপিৰ অধ্যক্ষ শৰদ পাৱাৰক সাক্ষাৎ কৰি শিৱসেনাৰ সঞ্জয় ৰাউটে।
  • মহাৰাষ্ট্ৰৰ ৰাজনৈতিক মিত্ৰতা সন্দৰ্ভত হ'ব আলোচনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in