বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামিল নাজিৰাৰ অসমীয়া বাঙালী সমাজ

বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামিল নাজিৰাৰ অসমীয়া বাঙালী সমাজ
  • বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত।
  • প্ৰতিবাদত নামিল নাজিৰাৰ অসমীয়া বাঙালী সমাজ।
  • নাগৰিত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী।
  • প্ৰতিবাদকাৰীয়ে দাহ কৰিলে বিধেয়কখনৰ প্ৰতিলিপিও।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in