নাজিৰাত দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই দিলে পুখুৰীত…

নাজিৰাত দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই দিলে পুখুৰীত…
  • নাজিৰাৰ লিকচন গাঁৱত নৃশংস হত্যাকাণ্ড।
  • দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই দিলে পুখুৰীত।
  • মৃত ৩৭ বছৰীয়া লোকজনৰ নাম প্ৰাণজিৎ গগৈ।
  • হত্যাৰ সময়ত ঘৰত অকলে আছিল যুৱকজন।
  • ঘটনাস্থলীত নাজিৰা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in