নাজিৰাত তীব্ৰবেগী ডাম্পাৰে প্ৰাণ কাঢ়িলে যুৱতীৰ

নাজিৰাত তীব্ৰবেগী ডাম্পাৰে প্ৰাণ কাঢ়িলে যুৱতীৰ
  • নাজিৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত প্ৰাণ গ'ল এগৰাকী যুৱতীৰ।
  • দ্ৰুতবেগী ডাম্পাৰে মহতিয়াইলে স্কুটীত থকা যুৱতীগৰাকীক।
  • নিহত যুৱতীগৰাকী নাজিৰাৰ বাইলুং গাঁৱৰ জোনমণি বুলি চিনাক্ত কৰা হয়।
  • দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰে যদিও ডাম্পাৰসহ চালকজনক আটক কৰে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in