নাজিৰাৰ বৰবাৰীত নৃশংস হত্যাকাণ্ড

নাজিৰাৰ বৰবাৰীত নৃশংস হত্যাকাণ্ড
  • নাজিৰাৰ আইদেউবাৰী বৰবাৰীত নৃশংস হত্যাকাণ্ড৷
  • নিজ ঘৰৰ সন্মুখতে দুৰ্বৃত্তই হত্যা কৰে প্ৰভাত গগৈ নামৰ এজন লোকক৷
  • শনিবাৰে নিশা ভাওনা চাবলৈ গৈছিল লোকজন।
  • ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in