নাজিৰাত বৃহৎ পৰিমাণৰ ভাং জব্দ

নাজিৰাত বৃহৎ পৰিমাণৰ ভাং জব্দ
  • নাজিৰাত বৃহৎ পৰিমাণৰ ভাং জব্দ৷
  • নাজিৰা চানবেছাৰ ডিম্বেশ্বৰ দুৱৰা নামৰ এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ভাংখিনি৷
  • নাজিৰা মহকুমা আৰক্ষী বিষয়া আনন্দ টকবিৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে বৃহৎ পৰিমাণৰ ভাং জব্দ কৰে।
  • লগতে আটক কৰে ডিম্বেশ্বৰ দুৱৰা নামৰ এজন লোকক৷
  • জব্দ কৰা ভাংখিনিৰ ওজন প্ৰায় ১০ কেজি৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in