নয়াগাঁওত পথ দুৰ্ঘটনা, নিহত ১

নয়াগাঁওত পথ দুৰ্ঘটনা, নিহত ১

ডিজিটেল সংবাদ, বঙাইগাঁওঃ অভয়াপুৰীৰ নয়াগাঁও সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ ট্ৰাকে মহতিয়াই নিলে চাইকেল আৰোহীক ৷ থিতাতে মৃত্যু হয় চাইকেল আৰোহীৰ ৷ আৰোহীজনৰ নাম বিদ্ধেশ্বৰ ৰায় ৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ট্ৰাকখন যোগীঘোপাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in