শেহতীয়া খবৰ
৬০ কোটিৰ দেৱালেৰে ট্ৰাম্পৰ চকুৰ পৰা দৰিদ্ৰ ঢাকিছিল চৰকাৰে, পিছে দিল্লীত ঢাকিব নোৱাৰিলে ক্ষোভৰ জুই  •  শ্বিলঙৰ কিশোৰীৰ উদ্ভাৱনী সামৰ্থক লৈ স্তভিত দেশবাসীঃ কেন্দ্ৰীয় মন্ত্ৰীয়ে সন্মানিত কৰিলে মেইদাইবাহুন মাজাঅ'ক...  •  ভয় নেদেখুৱাব এমএলএ ছাৰ, ডিউটিহে কৰিছো...  •  দিল্লীত উত্তেজনা অব্যাহতঃ মেজপুৰত গুলীচালনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন ডিচিপিৰ, পুনৰ আহত ৬ জন  •  দিল্লীৰ বিদ্যালয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প, VIDEO  •  দিল্লীত অসহায় কেজৰিৱাল...  •  মনত আছিল ভুল ধাৰণাঃ ড'নাল্ড টাম্পে ভাৱি আছিল তাজমহল নিৰ্মাণ কৰিছিল....  •  ৰাজঘাটৰ 'ভিজিটৰ বুক'ত কি লিখি থৈ গ'ল মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে...  •  ৰাজঘাটত বাপুক কি দৰে শ্ৰদ্ধাঞ্জলি জনালে ট্ৰাম্প আৰু পত্নীয়ে, চাওঁক VIDEO...  •  যুৱ উন্মেষঃ এখন ব্যতিক্ৰমী স্মৰণিকাৰ কথাৰে...

ছত্তীশগড়ত নক্সালবাদীয়ে জ্বলাই দিলে পথ নিৰ্মাণত ব্যৱহৃত ৩খন বাহন…

57
  • ছত্তীশগড়ৰ বিজাপুৰত নক্সালবাদীৰ সন্ত্ৰাস।
  • বিজাপুৰৰ কুটুৰত নিশা নক্সালবাদীয়ে জ্বলাই দিলে পথ নিৰ্মাণত ব্যৱহৃত বাহন।
  • পথ নিৰ্মাণত ব্যৱহৃত ৩ খন বাহনত নিশা অগ্নিসংযোগ কৰে নক্সালবাদীয়ে।
  • ইফালে ৰাজ্যখনৰ দান্তেৱাড়া আৰু বস্তৰ জিলাত নক্সালবাদীৰে সংঘৰ্ষ ডিষ্ট্ৰিক ৰিজাৰ্ভ গাৰ্ড (ডিআৰজি)ৰ।
  • এই সংঘৰ্ষৰ পিছত ১২ জন সন্দেহযুক্ত নক্সালবাদীক সোধাপোছাৰ বাবে আটক কৰিছে ডিআৰজিয়ে।
  • আনহাতে নক্সালবাদীৰে সংঘৰ্ষকালত এজন ডিআৰজি জোৱান সামান্য পৰিমাণে আহত হোৱা বুলি জানিব পৰা গৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি