ছত্তীশগড়ত নক্সালবাদীয়ে জ্বলাই দিলে পথ নিৰ্মাণত ব্যৱহৃত ৩খন বাহন…

ছত্তীশগড়ত নক্সালবাদীয়ে জ্বলাই দিলে পথ নিৰ্মাণত ব্যৱহৃত ৩খন বাহন…
  • ছত্তীশগড়ৰ বিজাপুৰত নক্সালবাদীৰ সন্ত্ৰাস।
  • বিজাপুৰৰ কুটুৰত নিশা নক্সালবাদীয়ে জ্বলাই দিলে পথ নিৰ্মাণত ব্যৱহৃত বাহন।
  • পথ নিৰ্মাণত ব্যৱহৃত ৩ খন বাহনত নিশা অগ্নিসংযোগ কৰে নক্সালবাদীয়ে।
  • ইফালে ৰাজ্যখনৰ দান্তেৱাড়া আৰু বস্তৰ জিলাত নক্সালবাদীৰে সংঘৰ্ষ ডিষ্ট্ৰিক ৰিজাৰ্ভ গাৰ্ড (ডিআৰজি)ৰ।
  • এই সংঘৰ্ষৰ পিছত ১২ জন সন্দেহযুক্ত নক্সালবাদীক সোধাপোছাৰ বাবে আটক কৰিছে ডিআৰজিয়ে।
  • আনহাতে নক্সালবাদীৰে সংঘৰ্ষকালত এজন ডিআৰজি জোৱান সামান্য পৰিমাণে আহত হোৱা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in