নক্সালবাদীয়ে জ্বলাই দিলে নিৰ্মাণকাৰ্যত ব্যৱহৃত ৭খনকৈ বাহন…

নক্সালবাদীয়ে জ্বলাই দিলে নিৰ্মাণকাৰ্যত ব্যৱহৃত ৭খনকৈ বাহন…
  • ঝাৰখণ্ড-ছত্তীশগড় সীমান্তৰ বান্দ্ৰাচুৱা কেম্পৰ সমীপত নক্সালবাদীৰ সন্ত্ৰাস।
  • সোমবাৰে ৭খনকৈ বাহন জ্বলাই দিলে নক্সালবাদীয়ে।
  • নিৰ্মাণকাৰ্যত ব্যৱহাৰ কৰা হৈছিল এই বাহনকেইখন।
  • উল্লেখ্য যে, দুদিন পূৰ্বেই একেটা অঞ্চলতে নক্সালবাদীয়ে জ্বলাই দিছিল ২খন বাহন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in