প্ৰতীকি ফটো
প্ৰতীকি ফটো

মহাৰাষ্ট্ৰৰ গাডচিৰোলীত দুজন গাঁওবাসীক হত্যা নক্সালবাদীৰ…

  • মহাৰাষ্ট্ৰৰ গাডচিৰোলীত দুজন গাঁওবাসীক হত্যা নক্সালবাদীৰ।
  • ইটাপাল্লীৰ পুৰচালগোন্দীত দেওবাৰে নিশা নক্সালবাদীয়ে হত্যা কৰা লোক দুজনক।
  • নিশা লোক দুজনৰ ওপৰত আকস্মিক আক্ৰমণ কৰিছিল নক্সালবাদীয়ে।
  • আহত দুজনক চিকিৎসালয়লৈ নিয়া হয় যদিও দুয়োজনকে মৃত ঘোষণা কৰে চিকিৎসকলে।
  • উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত প্ৰায় প্ৰতিদিনাই নক্সালবাদীয়ে চলাই আহিছে সন্ত্ৰাস।
  • ইয়াৰ পূৰ্বে শুকুৰবাৰেও এজন গাঁওবাসীক হত্যা কৰিছিল নক্সালবাদীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in