শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

জাতিভেদ প্ৰথাৰ চিকাৰ নৱাজুদ্দিন চিদ্দিকি…

536

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ এখন সৰু গাওঁত জন্ম বলীউদৰ প্ৰখ্যাত অভিনেতা নৱাজুদ্দিন চিদ্দিকিৰ । শেহতীয়াকৈ, এক সাক্ষাৎকাৰৰ সময়ত  অভিনেতাগৰাকীয়ে গাওঁ থকা জাতিভেদ বৈষম্যৰ কথা কয়। তেওঁৰ আইতাকে নিম্নবৰ্ণৰ লগত ভাল সম্পৰ্ক ৰখাৰ বাবেই জাতিৰ এতিয়াও তেওঁলোকৰ গাওঁবাসীয়ে গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰে অভিনেতা গৰাকীয়ে।

তেওঁ লগতে কয় যে, তেওঁ বিখ্যাত কিন্তু তেওঁলোকৰ বাবে সেয়া গুৰুত্বপূৰ্ণ নহয়।কিন্তু জাতিভেদ প্ৰথা  তেওঁলোকৰ শিৰাই শিৰাই সোমাই আছে। তেওঁলোকে জাতিকহে তেওঁলোকৰ গৌৰৱ বুলি গণ্য কৰে।

হথৰছৰ ঘটনাৰ সম্পৰ্কত নৱাজুদ্দিনে কয় যে, “যি ভুল সেয়া কেৱল ভুল।হথৰছৰ ঘটনাৰ বিৰুদ্ধে শিল্পী সমাজেও মাতি আছে। মাত মতাতো অতি জৰুৰী বুলি উল্লেখ কৰি অভিনেতাজনে সেয়া অতি দুৰ্ভাগ্যজনক ঘটনা বুলি অভিহিত কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি