বাংলাদেশৰ স্বাধীনতা যুদ্ধত বিশেষ ভূমিকা লোৱা ভাইছ এডমিৰেল আৱাটি আৰু নাই

বাংলাদেশৰ স্বাধীনতা যুদ্ধত বিশেষ ভূমিকা লোৱা ভাইছ এডমিৰেল আৱাটি আৰু নাই
  • অৱসৰপ্ৰাপ্ত নৌবাহিনীৰ ভাইচ এডমিৰেল এম পি আৱাটিৰ মৃত্যু।
  • ৯১ বছৰ বয়সত বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে নৌসেনাৰ বিষয়াগৰাকীয়ে।
  • ১৯৪৫চনতে নৌসেনাত যোগ দিছিল আৱাটিয়ে।
  • ছিগনেল কমিউনিকেশ্যনৰ বিশেষজ্ঞ আছিল বিষয়াগৰাকী।
  • ১৯৭১চনত বাংলাদেশৰ স্বাধীনতাৰ যুদ্ধ সময়ত বিশেষ ভূমিকা পালন কৰিছিল তেওঁ।
  • সেই সময়ত আই এন এছ কাম'ৰ্টাৰ কামাণ্ডিং অফিচাৰ আছিল।
  • বীৰ চক্ৰৰে সন্মানিত হৈছিল তেওঁ।
  • ভাৰতীয় নৌসেনাত বিশেষ প্ৰভাৱ আছিল এইগৰাকী বিষয়াৰ।
  • তেওঁক ভাৰতীয় নৌসেনাৰ 'চাৰকামনেভিগেশ্যন এডভেন্সাৰ'ৰ পিতৃ বুলি কোৱা হয়।
  • ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শোক ব্যক্ত প্ৰাক্তন নৌসেনা বিষয়াগৰাকীৰ মৃত্যুত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in