পদত্যাগ পত্ৰ ঘূৰাই ল’ব নৱজ্যোৎ সিং সিদ্ধুয়ে!

পদত্যাগ পত্ৰ ঘূৰাই ল’ব নৱজ্যোৎ সিং সিদ্ধুয়ে!

ডিজিটেল ডেস্কঃ পাঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰা নৱজ্যোৎ সিং সিদ্ধুয়ে পদত্যাগ পত্ৰ ঘূৰাই লোৱাৰ সম্ভাৱনা আছে। অসন্তুষ্ট কংগ্ৰেছ নেতা গৰাকীয়ে ১৪অক্টোবৰত সাক্ষাত কৰিব কংগ্ৰেছ হাই কামাণ্ডক। সন্ধিয়া ৬বজাত কংগ্ৰেছ নেতা কে চি বেণুগোপাল আৰু হৰিশ ৰাৱটৰ সৈতে বৈঠকত বহিব নৱজ্যোৎ সিং সিদ্ধুয়ে। এই সাক্ষাততে পদত্যাগ পত্ৰ ঘূৰাই লোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙৰ সৈতে হোৱা সংঘাতৰ পৰিণতিত প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল নৱজ্যোৎ সিং সিদ্ধুয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in