শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

পদত্যাগ পত্ৰ ঘূৰাই ল’ব নৱজ্যোৎ সিং সিদ্ধুয়ে!

ডিজিটেল ডেস্কঃ পাঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰা নৱজ্যোৎ সিং সিদ্ধুয়ে পদত্যাগ পত্ৰ ঘূৰাই লোৱাৰ সম্ভাৱনা আছে। অসন্তুষ্ট কংগ্ৰেছ নেতা গৰাকীয়ে ১৪অক্টোবৰত সাক্ষাত কৰিব কংগ্ৰেছ হাই কামাণ্ডক। সন্ধিয়া ৬বজাত কংগ্ৰেছ নেতা কে চি বেণুগোপাল আৰু হৰিশ ৰাৱটৰ সৈতে বৈঠকত বহিব নৱজ্যোৎ সিং সিদ্ধুয়ে। এই সাক্ষাততে পদত্যাগ পত্ৰ ঘূৰাই লোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙৰ সৈতে হোৱা সংঘাতৰ পৰিণতিত প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল নৱজ্যোৎ সিং সিদ্ধুয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি