প্ৰখ্যাত বাংলা কবি-সাহিত্যিক নৱনীতা দেৱ সেনৰ দেহাৱসান…

প্ৰখ্যাত বাংলা কবি-সাহিত্যিক নৱনীতা দেৱ সেনৰ দেহাৱসান…
  • প্রখ্যাত বাংলা সাহিত্যিক নৱনীতা দেৱসেনৰ মৃত্যু।
  • কবি, সাহিত্যিক নৱনীতা দেৱসেনৰ মৃত্যুৰ সময়ত বয়স আছিল ৮১ বছৰ।
  • কৰ্কট ৰোগত আক্ৰান্ত আছিল নৱনীতা সেন।
  • অৰ্থনীতিত নৱেল বঁটা বিজয়ী অমৰ্ত্য সেনৰ সহধৰ্মিণী আছিল নৱনীতা সেন।
  • ৮০খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছিল নৱনীতা সেনে।
  • কলকাতাত শেষ নিশ্বাস ত্যাগ কৰে নৱনীতা সেনে।
  • কলকাতাৰ বিখ্যাত প্ৰচিডেন্সী কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰি যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা লৈছিল স্নাতকোত্তৰ ডিগ্ৰী।
  • নৱনীতা সেনে যথেষ্ট ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল।
  • ১৯৩৮চনৰ ১৩ জানুৱাৰীত জন্ম হৈছিল নৱনীতা সেনৰ।
  • তেওঁ কেইবাখনো বিখ্যাত উপন্যাস ৰচনা কৰিছিল।
  • তেওঁ লিখা চুটি গল্প বহু কেইটা ভাষালৈ অনুবাদ হৈছিল।
  • ১৯৯৯চনত তেওঁ লাভ কৰিছিল সাহিত্য একাডেমী বঁটা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in