অক্সিজেন এক্সপ্ৰেছৰ জৰিয়তে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী আৰু মধ্য প্ৰদেশলৈ প্ৰায় ৫১০ মেট্ৰিক টন অক্সিজেন প্ৰদান…

অক্সিজেন এক্সপ্ৰেছৰ জৰিয়তে  উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী আৰু মধ্য প্ৰদেশলৈ প্ৰায় ৫১০ মেট্ৰিক টন অক্সিজেন প্ৰদান…

ডিজিটেল ডেস্ক : দেশত বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমন । কোভিডৰ সংক্ৰমন বৃদ্ধিৰ লগতে দেশৰ ৰাজধানী দিল্লীকে ধৰি মহাৰাষ্ট্ৰ,উত্তৰ প্ৰদেশত অক্সিজেনৰ নাটনি হয় । দেশৰ ৰাজ্য সমূহত অক্সিজেন যোগানৰ বাবে ভাৰতীয় ৰেল বিভাগে এক বৃহৎ পদক্ষেপ গ্ৰহন কৰিছে ।

ইফালে ৰাজ্য সমূহত অক্সিজেনৰ যোগান ধৰিবলৈ দেশত আৰম্ভ কৰিছে অক্সিজেন এক্সপ্ৰেছ । ৰেল বিভাগে অক্সিজেন এক্সপ্ৰেছৰ জৰিয়তে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী আৰু মধ্য প্ৰদেশলৈ প্ৰায় ৫১০ মেট্ৰিক টন অক্সিজেন প্ৰদান কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in