কোৰোনাত আক্ৰান্ত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী ত্ৰিদীপ চৌধুৰীৰ মৃত্যু…

কোৰোনাত আক্ৰান্ত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী ত্ৰিদীপ চৌধুৰীৰ মৃত্যু…
  • কোৰোনাত আক্ৰান্ত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী ত্ৰিদীপ চৌধুৰীৰ মৃত্যু ।
  • গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে চৌধুৰীয়ে ।
  • অসমৰ বাহিৰলৈ গৈছিল ত্ৰিদীপ চৌধুৰী ।
  • উভতি অহাৰ পিছতে আক্ৰান্ত হৈছিল কোভিডত ।
  • শেহতীয়াকৈ কোভিড নিগেটিভ হৈছিল চৌধুৰী ।
  • প্ৰথমে বঙাইগাওঁৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল শিল্পী গৰাকীক ।
  • তাৰ পিছতে উন্নত চিকিৎসাৰ বাবে শিল্পী গৰাকীক লৈ অহা হয় গুৱাহাটীলৈ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in