শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

নেশ্যনেল হেৰাল্ডৰ মুখ্য কাৰ্যলয় চীল কৰিলে ইডিয়ে…

ডিজিটেল ডেস্ক: অৱশেষত ইডিয়ে চীল কৰিলে দিল্লীত থকা নেশ্যনেল হেৰাল্ডৰ মুখ্য কাৰ্যলয়। অবৈধ ধন লেন দেনৰ অভিযোগত বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে ৰুজু কৰা এক গোচৰৰ আধাৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীকো ইডিয়ে জেৰা কৰিছিল।

ইডিয়ে কাৰ্যলয়টো চীল কৰাৰ পাছত এতিয়া তাত কোনো লোককে প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব। মঙলবাৰে এই কাৰ্যলয়টোৰ লগতে দেশৰ বিভিন্ন স্থানত থকা ১২ টা স্থানত ইডিয়ে অভিযান চলাইছিল।

নেনেশ্যনেল হেৰাল্ড কেলেংকাৰীত নাম সাঙোৰ খাই থকা ৰাহুল গান্ধীক ৫ টা দিনত ইডিয়ে ৫০ ঘন্টাতকৈ অধিক সময় জেৰা কৰাৰ বিপৰীতে ছোনিয়া গান্ধীক ১০ ঘন্টাৰো অধিক সময় জেৰা কৰিছিল।

আৰু পঢ়ক: নেশ্যনেল হেৰাল্ড গোচৰত অস্তমিত হোৱাৰ দিশে কংগ্ৰেছ, গান্ধী পৰিয়াল !