কাশ্মীৰত পুৱাৰে পৰা হোৱা সংঘৰ্ষত ৩ সন্ত্ৰাসবাদী নিহত…

কাশ্মীৰত পুৱাৰে পৰা হোৱা সংঘৰ্ষত ৩ সন্ত্ৰাসবাদী নিহত…

ডিজিটেল ডেস্কঃ দক্ষিণ কাশ্মীৰত বুধবাৰে পুৱাৰে পৰা সেনা-সন্ত্ৰাসবাদীৰ মাজত চলি থকা সংঘৰ্ষত অৱশেষত নিহত হৈছে ৩ সন্ত্ৰাসবাদী। এই সংঘৰ্ষত আহত হৈছে এজন সেনা জোৱান। মঙলবাৰে নিশাই পজলপোৰা আৰু অনন্তনাগত ৩ সন্ত্ৰাসবাদীৰ সন্ধান লাভ কৰি সেনাই চলাইছিল এই অভিযান। সেনাৰ এই অভিযানত বিশেষভাৱে সহায় কৰিছিল কাশ্মীক আৰক্ষীৰ এটা বিশেষ দলৰ লগতে চি আৰ পি এফ জোৱানে। বৰ্তমান সংঘৰ্ষ অন্ত পৰিছে যদিও সেইস্থানত তালাচী অভিযান অব্যাহত ৰাখিছে সেনাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in