কোৰোনা ভাইৰাছে চীনত প্ৰাণ ল’লে ২১১২ গৰাকী ৰোগীৰ…

কোৰোনা ভাইৰাছে চীনত প্ৰাণ ল’লে ২১১২ গৰাকী ৰোগীৰ…
  • চীনত কোৰোনা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত।
  • বুধবাৰৰ নিশাৰ লৈকে মৃতকৰ সংখ্যা ২১১২ লৈ বৃদ্ধি।
  • চীনৰ হুৱই প্ৰান্তত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে অধিক লোক।
  • বৰ্তমান চীনত ৭৪ হাজাৰ লোক এই ভাইৰাছত আক্ৰান্ত।
  • বুধবাৰে এই ভাইৰাছ বিধত ৩৪৯ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ১০৮ গৰাকী লোক।
  • চীনৰ হুৱাইতে এই ভাইৰাছ বিধে প্ৰাণ লৈছে ২০২৯ গৰাকী ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in