সদৌ বিটিএডি নাথ যোগী সন্মিলনীৰ সাধাৰণ সম্পাদকৰ পদত্যাগ…

সদৌ বিটিএডি নাথ যোগী সন্মিলনীৰ সাধাৰণ সম্পাদকৰ পদত্যাগ…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচি নিৰ্বাচনক লৈ বিভিন্ন দল -সংগঠনৰ মাজত তৎপৰতা অব্যাহত থকাৰ সময়তে সদৌ বিটিএডি নাথ যোগী সন্মিলনীৰ সাধাৰণ সম্পাদক ধনঞ্জয় নাথে আজি নিজ পদৰ পৰা পদত্যাগ কৰিছে ।

সদৌ বিটিএডি নাথ যোগী সন্মিলনীৰ সাধাৰণ সম্পাদক ধনঞ্জয় নাথে নিজৰ পদত্যাগ পত্ৰ সন্মিলনীৰ সভাপতি প্ৰকাশানন্দ নাথৰ হাতত অৰ্পন কৰে । নিজৰ পদত্যাগ পত্ৰত একান্তই ব্যাক্তিগত কাৰণত পদত্যাগ কৰা বুলি উল্লেখ কৰিছে সদ্য পদত্যাগী সদৌ বিটিএডি নাথ যোগী সন্মিলনীৰ সাধাৰণ সম্পাদক ধনঞ্জয় নাথে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in