শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

সদৌ বিটিএডি নাথ যোগী সন্মিলনীৰ সাধাৰণ সম্পাদকৰ পদত্যাগ…

142

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচি নিৰ্বাচনক লৈ বিভিন্ন দল -সংগঠনৰ মাজত তৎপৰতা অব্যাহত থকাৰ সময়তে সদৌ বিটিএডি নাথ যোগী সন্মিলনীৰ সাধাৰণ সম্পাদক ধনঞ্জয় নাথে আজি নিজ পদৰ পৰা পদত্যাগ কৰিছে ।

সদৌ বিটিএডি নাথ যোগী সন্মিলনীৰ সাধাৰণ সম্পাদক ধনঞ্জয় নাথে নিজৰ পদত্যাগ পত্ৰ সন্মিলনীৰ সভাপতি প্ৰকাশানন্দ নাথৰ হাতত অৰ্পন কৰে । নিজৰ পদত্যাগ পত্ৰত একান্তই ব্যাক্তিগত কাৰণত পদত্যাগ কৰা বুলি উল্লেখ কৰিছে সদ্য পদত্যাগী সদৌ বিটিএডি নাথ যোগী সন্মিলনীৰ সাধাৰণ সম্পাদক ধনঞ্জয় নাথে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি