শেহতীয়া খবৰ
২০২১ত বিজেপিক পৰাভূত কৰিব লাগিব, গঢ়িব লাগিব বিকল্প শক্তিঃ পুনৰ ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণৰ পিছতে আৰু কি ক'লে অখিল গগৈয়ে, VIDEO  •  ৬০ কোটিৰ দেৱালেৰে ট্ৰাম্পৰ চকুৰ পৰা দৰিদ্ৰ ঢাকিছিল চৰকাৰে, পিছে দিল্লীত ঢাকিব নোৱাৰিলে ক্ষোভৰ জুই  •  শ্বিলঙৰ কিশোৰীৰ উদ্ভাৱনী সামৰ্থক লৈ স্তভিত দেশবাসীঃ কেন্দ্ৰীয় মন্ত্ৰীয়ে সন্মানিত কৰিলে মেইদাইবাহুন মাজাঅ'ক...  •  ভয় নেদেখুৱাব এমএলএ ছাৰ, ডিউটিহে কৰিছো...  •  দিল্লীত উত্তেজনা অব্যাহতঃ মেজপুৰত গুলীচালনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন ডিচিপিৰ, পুনৰ আহত ৬ জন  •  দিল্লীৰ বিদ্যালয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প, VIDEO  •  দিল্লীত অসহায় কেজৰিৱাল...  •  মনত আছিল ভুল ধাৰণাঃ ড'নাল্ড টাম্পে ভাৱি আছিল তাজমহল নিৰ্মাণ কৰিছিল....  •  ৰাজঘাটৰ 'ভিজিটৰ বুক'ত কি লিখি থৈ গ'ল মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে...  •  ৰাজঘাটত বাপুক কি দৰে শ্ৰদ্ধাঞ্জলি জনালে ট্ৰাম্প আৰু পত্নীয়ে, চাওঁক VIDEO...

মহাকাশত খোজ কাঢ়িবলৈ সাজু নাছাৰ দুগৰাকী মহিলা মহাকাশযাত্ৰী…

504

ডিজিটেল ডেস্কঃ নাছাৰ দুগৰাকী মহিলা মহাকাশযাত্ৰী ক্ৰিষ্টীনা ক’চ আৰু জেছিকা মীৰে ৰচিব এক ইতিহাস। নাছাৰ এই দুয়োগৰাকী মহিলা মহাকাশযাত্ৰীয়ে খোজকাঢ়িব মহাকাশত। নাছাই সদৰী কৰা অনুসৰি, আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাটোৰ মহিলাসকলৰ দ্বাৰা আয়োজিত কৰা অভিযানত এইবাৰ প্ৰথমবাৰলৈ খোজ কঢ়া হ’ব মহাকাশত।

ডব্লিউ এছ জেৰ অনুসৰি, ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত ভিতৰত থাকিব চাৰিজন পুৰুষ মহাকাশযাত্ৰী। আৰু বাহিৰত থাকিব এই দুগৰাকী মহিলা মহাকাশযাত্ৰী। তেওঁলোকে বেটাৰী চাৰ্জাৰৰ মেৰামতি কৰিবৰ বাবে স্পেচ ষ্টেচনটোৰ বাহিৰত থাকিব।

উল্লেখ্য যে, নাছাৰ মহাকাশযাত্ৰী মীৰৰ বাবে মহাকাশত খোজকঢ়া এইটো প্রথম অভিজ্ঞতা হ’ব। আনহাতে, ক’চৰ বাবে এয়া হ’ব চতুৰ্থবাৰৰ অভিজ্ঞতা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি