টুইটাৰত মোডীক উভতি ধৰিলে অসমীয়াই…

টুইটাৰত মোডীক উভতি ধৰিলে অসমীয়াই…
  • দুয়োখন সদনতে কেব গৃহীত হোৱাৰ পাছত প্ৰধানমন্ত্ৰীৰ টুইট।
  • ৰাজ্য জ্বলি থকাৰ সময়তে মোডীয়ে টুইটাৰত লিখে-
  • অসমৰ ভাতৃ-ভগ্নীসকলক মই আশ্বাস দিছোঁ- CAB গৃহীত হোৱাৰ পিছত আপোনালোক অলপো শংকিত হ'ব নালাগে।
  • আপোনালোকৰ অধিকাৰ, সুকীয়া পৰিচয় আৰু বাৰেবৰণীয়া সংস্কৃতি কোনোৱেই কাঢ়ি নিব নোৱাৰে।
  • এয়া সদায়েই জিলিকি থাকিব আৰু প্ৰসাৰিত হ'ব।
  • লগতে তেওঁ কয় অসম চুক্তি ৬ নং দফা অনুসৰি অসম চুক্তিৰ ছয় নং দফা অনুসৰি অসমীয়া মানুহৰ ৰাজনৈতিক, ভাষিক, সাংস্কৃতিক আৰু ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ ক্ষেত্ৰত মই আৰু কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ।
  • মোডী এই টুইটৰ পাছতেই বিভিন্নজনৰ মন্তব্য।
  • আপুনি কিয় জ্বলালে অসম এনেকৈ।
  • অসমীয়া ভাষা ব্যৱহাৰ কৰাক লৈও মোডীক কটাক্ষ- ব্যৱহাৰ নকৰিব আপুনি অসমীয়া ভাষা।
  • আচঁল স্বৰূপ আপুনি দেখাই দিলে।
  • নিজৰ ওপৰতে লাজ লাগিছে আপোনাক সমৰ্থন কৰিছিলো।
  • আজি অসমীয় আপোনাৰ লগত নাই আদি মন্তব্য দিছে বিভিন্নজন অসমীয়াই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in