শেহতীয়া খবৰ
১ মিনিটত ২৫খবৰ...  •  ধলপুৰ আৰক্ষী চকীত পুনৰ চাৰিজনৰ দেহত কোভিড পজিটিভ..  •  ওদালগুৰি জিলা কাৰাগাৰৰ পৰা চাৰি হাজোতিৰ পলায়ন...  •  অসমঃ স্বাধীনতা দিৱসত কোনে ক'ত কৰিব পতাকা উত্তোলন...সবিশেষ  •  উচ্চতম ন্যায়ালয়ে নিজৰ দায়িত্ব পালন কৰিবই লাগিব,নহলে গণতন্ত্ৰৰ ধংস অনিবাৰ্য...  •  ছয়গাঁৱত কোৰোনাত আক্ৰান্ত এজন লোকৰ মৃত্যু...  •  নাহৰলাগুনত বান, লাগুন নদীৰ বানত ওপঙিছে গাড়ী-মটৰ...  •  ই আই এৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত পুনঃবিবেচনাৰ বাবে কেন্দ্ৰই জনোৱা আবেদন নাকচ সবোচ্চ ন্যায়ালয়ৰ...  •  বানৰ পাছত চৰহা পোকে নষ্ট কৰিছে কৃষিভূমিঃ মূৰে-কপালে হাত দিছে কৃষক ৰাইজে, প্ৰতিবাদত নামিছে ছাত্ৰ সন্থা...  •  তীৰ্থযাত্ৰীৰ বাবে সুখবৰ: ১৬ আগষ্টৰ পৰা মুকলি হ'ব বৈষ্ণো দেৱী যাত্ৰা, দৈনিক ৫০০ যাত্ৰী যাব পাৰিব মন্দিৰলৈ...

টুইটাৰত মোডীক উভতি ধৰিলে অসমীয়াই…

1,439
  • দুয়োখন সদনতে কেব গৃহীত হোৱাৰ পাছত প্ৰধানমন্ত্ৰীৰ টুইট।
  • ৰাজ্য জ্বলি থকাৰ সময়তে মোডীয়ে টুইটাৰত লিখে-
  • অসমৰ ভাতৃ-ভগ্নীসকলক মই আশ্বাস দিছোঁ- CAB গৃহীত হোৱাৰ পিছত আপোনালোক অলপো শংকিত হ’ব নালাগে।
  • আপোনালোকৰ অধিকাৰ, সুকীয়া পৰিচয় আৰু বাৰেবৰণীয়া সংস্কৃতি কোনোৱেই কাঢ়ি নিব নোৱাৰে।
  • এয়া সদায়েই জিলিকি থাকিব আৰু প্ৰসাৰিত হ’ব।
  • লগতে তেওঁ কয় অসম চুক্তি ৬ নং দফা অনুসৰি অসম চুক্তিৰ ছয় নং দফা অনুসৰি অসমীয়া মানুহৰ ৰাজনৈতিক, ভাষিক, সাংস্কৃতিক আৰু ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ ক্ষেত্ৰত মই আৰু কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ।
  • মোডী এই টুইটৰ পাছতেই বিভিন্নজনৰ মন্তব্য।
  • আপুনি কিয় জ্বলালে অসম এনেকৈ।
  • অসমীয়া ভাষা ব্যৱহাৰ কৰাক লৈও মোডীক কটাক্ষ- ব্যৱহাৰ নকৰিব আপুনি অসমীয়া ভাষা।
  • আচঁল স্বৰূপ আপুনি দেখাই দিলে।
  • নিজৰ ওপৰতে লাজ লাগিছে আপোনাক সমৰ্থন কৰিছিলো।
  • আজি অসমীয় আপোনাৰ লগত নাই আদি মন্তব্য দিছে বিভিন্নজন অসমীয়াই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি