মথুৰাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

মথুৰাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…
  • মথুৰাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • পশু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী কৰিলে শুভাৰম্ভ।
  • লগতে স্বচ্ছতাই সেৱা আচঁনিৰো কৰিব শুভাৰম্ভ।
  • প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
  • কিছু সময়ৰ পাছতে এখন জনসভায়ো সম্বোধন কৰিব মোডীয়ে।
  • দৈনন্দিন জীৱনত প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে জনাব আহ্বান।
  • প্লাষ্টিক মুক্ত দেশ গঢ়িবৰ বাবে মোডীয়ে উদ্বোধন কৰিব এখন আচঁনিও।
  • সভাত উপস্থিত আছে বিজেপি সাংসদ হেমা মালিনীও।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in