৫ এপ্ৰিলৰ নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ কৰি এই কাম কৰিবলৈ ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

৫ এপ্ৰিলৰ নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ কৰি এই কাম কৰিবলৈ ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…
  • দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান।
  • ৫ এপ্ৰিল দেওবাৰে নিশা ৯ বজাত ভাৰতৰ প্ৰত্যেকগৰাকী নাগৰিকে ৯ মিনিট সময় ঘৰৰ লাইট বন্ধ কৰি ৰাখক।
  • প্ৰত্যেকে নিজৰ ঘৰৰ দৰ্জামুখত ৰৈ মম অথবা এগছিকৈ চাকি লৈ থিয় হওক।
  • ৯ মিনিট সময় এনেদৰে লাইট বন্ধ কৰি দৰ্জাৰ মুখত চাকি জ্বলাই ৰাখিবলৈ আহ্বান।
  • কোৰোনাক প্ৰতিহত কৰিবলৈ পোহৰৰ এই শক্তিৰ অতিকৈ প্ৰয়োজন বুলি কলে প্ৰধানমন্ত্ৰী গৰাকী।
  • কোনো লোক বাহিৰলৈ ওলাই নাহি ঘৰতে সামাজিক দুৰত্ব বজাই ৰাখি এই কাম কৰিবলৈ আহ্বান মোডীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in