জাতিধ্বংসী বিধেয়কৰ বিৰোধিতাৰে নাৰায়ণপুৰত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ…

জাতিধ্বংসী বিধেয়কৰ বিৰোধিতাৰে নাৰায়ণপুৰত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী ছাত্র-ছাত্রীৰ ৷ শ্ৰেণী কোঠা এৰি ৰাজপথত প্ৰতিবাদত নামে শ শ ছাত্ৰ-ছাত্রী। নাৰায়ণপুৰৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান মাধৱদেৱ মহাবিদ্যালয়ৰ ছাত্র-ছাত্রী সকলৰ উত্তাল প্ৰতিবাদ৷

ইফালে, শ্ৰেণী বৰ্জনৰেৰে নাৰায়ণপুৰত বৃহৎ সমদল বাহিৰ উলিওৱা প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে বিজেপিক বাংলাদেশী জনতা প্ৰাৰ্থী আখ্যা দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী গ'বেক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা হুছিয়াৰ ধ্বনিৰে উত্তাল প্ৰতিবাদ। বিজেপি লেই লেই চেই চেই, বিজেপিৰ দাদাগিৰি নছলিব আদি ধ্বনিত উত্তাল ৰাজপথ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in