নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি…VIDEO

নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি…VIDEO
  • লখিমপুৰৰ নাৰায়ণপুৰত কোৱাৰেন্টাইন চেন্টাৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।
  • চৌদ্ধপুনিয়াস্থিত জৱাহৰ নবোদয় বিদ্যালয় কোৱাৰেন্টাইন চেন্টাৰত সংঘটিত হৈছে এই উত্তেজনাময় পৰিস্থিতি।
  • কোৱাৰেন্টাইন চেন্টাৰৰ কোঠাৰ বাহিৰলৈ ওলাই আহিল অৰ্ধশতাধিক আৱাসী।
  • চেন্টাৰটোৰ ভিতৰত অস্বাস্থ্যকৰ পৰিবেশৰ অভিযোগ আৱাসীৰ।
  • প্ৰশাসনৰ বিষয়া-চিকিৎসকৰ লগত বাক-বিতণ্ডাত লিপ্ত হয় আৱাসীসকল।
  • কোনো কাৰণত ভিতৰলৈ নোসোমোৱাৰ লগতে খাদ্য গ্ৰহণ নকৰাৰো হুংকাৰ আৱাসী সকলৰ।
  • প্ৰয়োজনত আত্মহত্যাৰ কৰাৰো ভাবুকি দিয়ে আৱাসীসকলে।
  • চিকিৎসকৰ দলে মুকলিতে পি পি ই কিট পেলোৱাৰো গুৰুত্বৰ অভিযোগ উত্থাপন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in