নাৰায়ণপুৰত বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ…

নাৰায়ণপুৰত বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ…
  • লকডাউনৰ মাজতে লখিমপুৰৰ নাৰায়ণপুৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ ধন।
  • নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দুলীয়াপথাৰৰ ২ নং হাৰমতিত উদ্ধাৰ হৈছে উক্ত ধনখিনি।
  • আৰক্ষীয়ে অভিযান চলাই নিৰ্মল শইকীয়া নামৰ যুৱকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ১৯ লাখ ৫০ হাজাৰ টকা৷
  • গুৱাহাটীৰ আঠগাঁওস্থিত যুগল কিশোৰ আগৰৱালাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চুৰি কৰি আনিছিল উক্ত ধনখিনি৷
  • উল্লেখ্য যে, নিৰ্মল শইকীয়া নামৰ যুৱক জন ২০১৬ চনৰ পৰা উক্ত ব্যৱসায়িক প্ৰতিস্থানত কৰ্মৰত আছিল।
  • ইতিমধ্যে গুৱাহাটীৰ পৰা এটা আৰক্ষীৰ দল নাৰায়ণপুৰলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in