নাৰায়ণপুৰত নিশা দ খাৱৈত পৰিলগৈ ছুইফ্ট ডিজায়াৰ, নিহত ২ ভাতৃ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • লখিমপুৰৰ নাৰায়ণপুৰত বৃহস্পতিবাৰে নিশা শোকাৱহ পথ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত থিতাতে নিহত হয় দুই ভাতৃ।
  • নিয়ন্ত্ৰণ হেৰুৱাই ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এডাল গছত খুন্দিয়াই খাৱৈত বাগৰি পৰে তেওলোক আহি থকা ছুইফ্ট ডিজায়াৰ বাহনখন।
  • নিহত দুই ভাতৃৰ নাম দেৱজিৎ বৰা আৰু কৌশিক বৰা।
  • দুয়োৰে ঘৰ বৰপথাৰত বুলি জানিব পৰা গৈছে।
  • পুৱা SDRFৰ দলে খাৱৈৰ পৰা উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ।
  • গাড়ীখনত অহা তিনিজনৰ আন এজন সন্ধানহীন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in