দিন দুপৰতে শিক্ষক দম্পত্তিৰ ঘৰত চোৰৰ চাফাই অভিযান…

দিন দুপৰতে শিক্ষক দম্পত্তিৰ ঘৰত চোৰৰ চাফাই অভিযান…
  • নাৰায়ণপুৰৰ জৰাবাৰীত দিন দুপৰতে চুৰি কাণ্ড।
  • ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাবাৰী চাৰিআলিৰ সমীপৰ খগেন বৰুৱাৰ বাসগৃহত সংঘটিত এই কাণ্ড।
  • ঘৰৰ গৰাকী খগেন বৰুৱা আৰু পত্নী ৰূপা বৰুৱা দুয়ো শিক্ষক।
  • দুয়ো পুৱা বিদ্যালয়লৈ যোৱাৰ পিছতে সংঘটিত হয় এই চুৰি কাণ্ড।
  • দুপৰীয়া বিদ্যালয়ৰ পৰা আহি ঘৰৰ কেউটা কোঠা লণ্ডভণ্ড কৰি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰে ঘৰৰ গৰাকীয়ে।
  • নগদ ধন,বুজন পৰিমানৰ কাঁহিবাতি আৰু অন্যান্য বহু সামগ্ৰী লৈ যায় চোৰে।
  • নাৰায়ণপুৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
  • দিনৰ পোহৰতে সংঘটিত হোৱা চুৰিকাণ্ডক লৈ অঞ্চলটোৰ লোক সকল তীব্ৰ নিৰাপত্তাহীনতাত ভূগিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in