শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

সত্রাধিকাৰ নাৰায়ণ চন্দ্র গোস্বামীৰ দেহাৱসান…

240
  • সত্রাধিকাৰ নাৰায়ণ চন্দ্র গোস্বামীৰ দেহাৱসান
  • মাজুলীৰ নতুন কমলাবাৰী সত্রৰ সত্রাধিকাৰ আছিল গোস্বামী
  • গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত পুৱা শেষ নিশ্বাস ত্যাগ
  • দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল সত্রাধিকাৰগৰাকী
  • বহুকেইটা বঁটাৰে সন্মানিত হৈছিল সত্রাধিকাৰগৰাকী
  • লাভ কৰিছিল শ্রীমন্ত শংকৰদেৱ বঁটা, শংকৰদেৱ শিল্প সাধনা বঁটা
  • জীৱনজোৰা সাধনা বঁটাও লাভ কৰিছিল সত্রাধিকাৰগৰাকীয়ে
  • আৰু বহুকেইটা বঁটা লাভ কৰিছিল সত্রাধিকাৰ গোস্বামীয়ে
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি