Published on:
Updated on:
- সত্রাধিকাৰ নাৰায়ণ চন্দ্র গোস্বামীৰ দেহাৱসান
- মাজুলীৰ নতুন কমলাবাৰী সত্রৰ সত্রাধিকাৰ আছিল গোস্বামী
- গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত পুৱা শেষ নিশ্বাস ত্যাগ
- দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল সত্রাধিকাৰগৰাকী
- বহুকেইটা বঁটাৰে সন্মানিত হৈছিল সত্রাধিকাৰগৰাকী
- লাভ কৰিছিল শ্রীমন্ত শংকৰদেৱ বঁটা, শংকৰদেৱ শিল্প সাধনা বঁটা
- জীৱনজোৰা সাধনা বঁটাও লাভ কৰিছিল সত্রাধিকাৰগৰাকীয়ে
- আৰু বহুকেইটা বঁটা লাভ কৰিছিল সত্রাধিকাৰ গোস্বামীয়ে
Code:
Asomiya Pratidin
www.asomiyapratidin.in