শেহতীয়া খবৰ
গুৱাহাটীৰ গড়চুক আৰক্ষীৰ জালত দুৰ্ধৰ্ষ গাড়ীচোৰ  •  প্ৰথম, দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীৰ বেগৰ ওজন হ’ব লাগিব ১.৫ কেজি, দ্বিতীয় শ্ৰেণীলৈ দিব নোৱাৰিব হোমৱৰ্ক  •  মুম্বাইত উজ্বলিল অসম সন্তান ভাৰ্গৱ...  •  উলুবাৰীত দ্ৰুতবেগী ট্ৰাকে মহটিয়ালে আই আই টিৰ দুজন ছাত্ৰক  •  চামগুৰিত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী বাঘ  •  আজি উত্তৰ প্ৰদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী  •  আজি ঘোষণা ছত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  নগাঁৱত ৰহস্যজনক ঘটনা, চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ’ল ৰোগী

নামৰূপত শোকাৱহ পথ দুৰ্ঘটনা, কণমানি পুত্ৰসহ থিতাতে নিহত মহিলা

881

ডিজিটেল সংবাদ, নামৰূপঃ ডিব্ৰুগড়ৰ নামৰূপত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে মৃত্যুক সাবটি লয় মাতৃ আৰু পুত্ৰই।

প্ৰত্যক্ষদৰ্শীসকলৰ মতে, বিদ্যালয়ৰ পৰা এগৰাকী মহিলাই কণমানি পুত্ৰক ঘৰলৈ আনি থকাৰ সময়তে এখন তীব্ৰবেগী টেংকাৰে মহতিয়াই নিয়ে। চাইকেলেৰে পথটো অতিক্ৰম কৰিবলৈ লোৱাৰ সময়তে টেংকাৰখনে মাতৃ-পুত্ৰক খুন্দিয়াই তীব্ৰবেগে আঁতৰি যায়।

ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে। স্থানীয় লোকসকলে তীব্ৰবেগী ট্ৰাকৰ দৌৰাত্ম্য বন্ধ কৰিবলৈ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বাবেই এই কৰুণ ঘটনা সংঘটিত হ’বলৈ বালে বুলি ক্ষোভ ব্যক্ত কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি