নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন ৰোগীৰ দেহত কোভিড-১৯…

নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন ৰোগীৰ দেহত কোভিড-১৯…
  • গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত কোভিড-১৯ত আক্ৰান্ত ৰোগী।
  • ব্যক্তিজন চিকিৎসাধীন হৈ আছিল হাস্পতালখনত।
  • ডায়েৰিয়াত আক্ৰান্ত হোৱা ব্যক্তিজনক চিকিৎসালয়খনত ভৰ্তি কৰিছিল ১৭ মে'ত।
  • ব্যক্তিজনৰ নাম ৰাজীৱ ৰয়।
  • নেমকেয়াৰৰ ৩২২ নম্বৰ কোঠাত ৰোগীজন আছিল।
  • ৰোগীজনৰ ঘৰ মহানগৰীৰ তৰুণ নগৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in