শেহতীয়া খবৰ
ৰাজ্যত আকৌ ১৯জন কোৰোনা পজিটিভ...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  উত্তৰাখণ্ডৰ গংগোত্ৰীৰ স্বামী অজয় যোগীৰ বটদ্ৰৱা থান দৰ্শন...  •  ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী...  •  চাউলখোৱাত অসম সাহিত্য সভাৰ সাংস্কৃতিক মৈত্ৰীবন্ধন আৰু ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন...  •  ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক উপহাৰ বিতৰণ কাৰ্যসূচী...  •  বিশিষ্ট সাহিত্যিক-সমাজ সেৱিকা এলী আহমেদলৈ ‘নেতাজী গৰিমা’ বঁটা...  •  উৰিয়ামঘাটত শিশু অপহৰণ, দুষ্ট চক্ৰ জড়িতৰ সন্দেহ আৰক্ষীৰ...  •  গৰৈমাৰী-সোণতলীত জি কে এছ প্ৰেছ ক্লাবৰ উদ্যোগত 'সাংবাদিকৰ সজাগতা যাত্ৰা'...

হাতত কোৰ লৈ নলবাৰীৰ উপায়ুক্ত নামিল চাফাই অভিযানত…

84

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ নলবাৰীৰ উপায়ুক্ত ভাতৰ ভূষণ দেৱ চৌধুৰীয়ে শনিবাৰে পুৱাৰে পৰা হাতত কোৰ লৈ নামি পৰিল চাফাই অভিযানত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰতৰ সপোন দিঠকত পৰিণত কৰাৰ উদ্দেশ্যে উপায়ুক্ত গৰাকীয়ে নলবাৰী জিলা পুথিভৰাল প্ৰাংগণৰ হাবি-জংঘল আদি কোৰ মাৰি চাফ কৰে।

এই সম্পৰ্কত উপায়ুক্ত দেৱ চৌধুৰীয়ে কয়- ‘আমি প্ৰশাসন তথা চৰকাৰী কৰ্মচাৰী সকলে নিজৰ কাৰ্য্যালয়ৰ লগতে আন আন অনুষ্ঠান,প্ৰতিষ্ঠান আদিও চাফ-চিকুণ কৰি দৃষ্টান্ত দাঙি ধৰিব লাগে।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি