নলবাৰীত ছাত্ৰ সমাজৰ প্ৰতিবাদ

নলবাৰীত ছাত্ৰ সমাজৰ প্ৰতিবাদ
  • নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবী।
  • নলবাৰীত ছাত্ৰ সমাজৰ প্ৰতিবাদ।
  • নলবাৰী কলেজ ছাত্ৰ একতা সভাৰ উদ্যোগত ৪ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ।
  • নলবাৰী মহাবিদ্যালয় আৰু নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ।
  • প্ৰতিবাদকাৰীয়ে দাহ কৰে প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী সোণোৱালৰ পুত্তলিকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in